জিভাৰ পানী ওলাজিম

জিভাৰ পানী পৰ (Assamese) [ Roman: ji.bhar pa.ni por]
Contributed by: Partha P Sarmah on 2008-11-21
1. (Verb-Trans.) to produce saliva or to fill the mouth with saliva. কিবা ভাল খোৱা বস্তুৰ গোন্ধ পাই মুখৰ ভিতৰত অধিক লেলাওতিৰ সৃষ্টি কৰা; এই লেলাওতি মুখৰ বাহিৰ ওলাই অহা;এই লেলাওতিৰে জিভা তিওৱা৷